December 16, 2023 ছেমচাং ফোন ব্যৱহাৰকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী… Share FacebookTwitterWhatsAppTelegramKooEmail ছেমচাং ফোন ব্যৱহাৰকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী৷ শীঘ্ৰে ছেমচাং ফোনসমূহ আপডেট কৰিবলৈ পৰামৰ্শ চৰকাৰৰ৷ ব্যৱহাৰীকাৰীৰ গোপনীয় তথ্য সহজে হেক হোৱাৰ সম্ভাৱনা৷ ১১,১২,১৩ আৰু ১৪ নম্বৰৰ মডেলসমূহ আপডেট কৰিবলৈ পৰামৰ্শ৷ Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026