December 17, 2023 জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ Share FacebookTwitterWhatsAppTelegramKooEmail জালুকবাৰী আৰক্ষীৰ জালত তিনিটা বাইক চোৰ৷ ভঙাগড়ৰ সুমন দাস, সোণাইঘুলিৰ বাবু নেওগ, নালাপাৰাৰ পদুম বাহাদুৰ চেত্ৰী নামৰ বাইক চোৰ তিনিটাক আটক৷ শৰাইঘাট দলঙত তালাচীৰ সময়তে আটক চোৰকেইটাক৷ Author: দৈনন্দিন বাৰ্তা Related Articles ২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক দৈনন্দিন বাৰ্তা - August 25, 2026 বীৰ লাচিত সেনাৰ নেতা মানস চেতিয়াৰ বিয়োগ দৈনন্দিন বাৰ্তা - August 25, 2026 বটদ্ৰৱা থানত পুৰুলীল প্ৰকাশনৰ গ্ৰন্থ ‘গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱা’ উন্মোচন দৈনন্দিন বাৰ্তা - August 24, 2026