December 20, 2023 ৰাজ্যত হস্তী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি ! কলিয়াবৰৰ তেতুলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ তেতুলগুৰিত অঘটন। বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। নিহত লোকজন সঞ্জয় ৰাজোৱাৰ। নিশা ঘৰলৈ ওভতাৰ পথতে সঞ্জয়ক আক্ৰমণ কৰে বন্যহস্তীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026