Breaking

পঞ্জাৱৰ পাটিয়ালাত জন্মদিনৰ দিনা অনলাইনত অৰ্ডাৰ কৰা কেক খাই মৃত্যু ১০ বছৰীয়া কিশোৰীৰ…

0 56

পঞ্জাৱৰ পাটিয়ালাত শোকাৱহ ঘটনা। জন্মদিনৰ দিনাই মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে।

অনলাইনত অৰ্ডাৰ কৰা কেক খাই মৃত্যু ১০ বছৰীয়া কিশোৰীৰ। ঘটনা সন্দৰ্ভত কেক যোগান ধৰা বেকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল

কৰিছে যদিও ঘটনাৰ ৫ দিনৰ পাছতো কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পৰা নাই পাটিয়ালা আৰক্ষীয়ে।

Leave A Reply