Breaking

সোণাপুৰ আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি গেং…

0 34

সোণাপুৰ আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি গেং।

সোণাপুৰৰ বিভিন্ন ঠাইত চুৰি হোৱা ৫ খন বাইক উদ্ধাৰ কৰাৰ লগতে মহিলাসহ চাৰি বাইক চোৰক গ্ৰেপ্তাৰ।

আটাইকেইখন বিলাসী বাইক মেঘালয়ৰ নংপো অঞ্চলৰ পৰা উদ্ধাৰ কৰে সোণাপুৰ আৰক্ষীয়ে।

ইতিমধ্যে এই চুৰি কাৰ্যৰ লগত জড়িত এগৰাকী মহিলা, লগতে Mpyrkhat Dhar, Ailbert Iraplang আৰু Shamlangdos Lyngdohক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে সোণাপুৰ আৰক্ষীয়ে।

ইতিমধ্যে এই ঘটনাৰ অধিক তথ্য উদঘাটনৰ বাবে সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply