September 6, 2023 যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড। প্লাষ্টিক আৰু কাৰ্টুনৰ ডেম্পত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত আৰু ৰাছিয়াই সামুদ্ৰিক চুক্তি সম্পাদন কৰি নতুন বাণিজ্য পথসমূহক ত্বৰান্বিত । দৈনন্দিন বাৰ্তা - December 5, 2025 নগাঁও – বটদ্ৰৱা সমষ্টিৰ বিভিন্ন পঞ্চায়তত চাৰিদিনত ৫৩ টা পথৰ আধাৰশিলা স্থাপনৰ পদক্ষেপ বিধায়ক ৰূপক শর্মাৰ । Rupak Sarmah , MLA দৈনন্দিন বাৰ্তা - December 5, 2025 ঐতিহাসিক মুহূৰ্তৰ সাক্ষী অসম: বিধানসভাত পাৰিত বহু বিবাহ প্ৰতিৰোধ বিধেয়ক । Dr. Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - November 27, 2025