July 21, 2024 ঢেঁকীয়াপতীয়াৰ পাছত ধিঙত বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক… Share FacebookTwitterWhatsAppTelegramKooEmail ঢেঁকীয়াপতীয়াৰ পাছত এইবাৰ ধিঙত বন গাহৰিৰ আতংক। বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক। পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ লোকজনক। আহত ব্যক্তিজন ধিঙৰ বিৰিঙাবাৰীৰ আতাবুৰ ৰহমান। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025