Breaking

জাঁজীৰ হাঁহচৰাত ভয়ংকৰ পথ দূৰ্ঘটনা। চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক, মৃত্যু চাইকেল আৰোহীজনৰ…

0 83

জাঁজী হাঁহচৰা চাৰিআলিত বৃহস্পতিবাৰে সন্ধ্যা সংঘটিত এক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য আনুসৰি যোৰহাট অভিমুখী ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনা এএছ ২৩ চিচি ১৮৮৩ নম্বৰৰ ট্ৰাক খনে বিপৰীত দিশৰ পৰা অহা চাইকেল আৰোহী প্ৰফুল্ল চাংমাই নামৰ ৫২ বছৰীয়া লোকজনক মহতিয়াই নিয়ে।

আহত লোকজনক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও নিশালৈ উক্ত ব্যক্তিজনৰ চিকিৎসালয়তে মৃত্যু হয়।

Leave A Reply