‘ভাৰতৰ বহু ছোৱালী এলেহুৱা, বেছি দৰমহাৰ চাকৰি থকা স্বামী বিচাৰে’: অভিনেত্ৰী সোণালী কুলকাৰ্ণী…

‘ভাৰতৰ বহু ছোৱালী এলেহুৱা, বেছি দৰমহাৰ চাকৰি থকা স্বামী বিচাৰে: অভিনেত্ৰী সোণালী কুলকাৰ্ণীৰ এই মন্তব্য। শেহতীয়াকৈ অভিনেত্ৰী সোণালী কুলকাৰ্ণীয়ে লিংগ সমতা সন্দৰ্ভত কিছু বক্তব্য আগবঢ়াইছে। সোণালীয়ে কয়, “ভাৰতত বহু ছোৱালী এলেহুৱা। তেওঁলোকে উচ্চ দৰমহা পোৱা চাকৰি, ঘৰৰ স্বামী বিচাৰে, কিন্তু তেওঁলোকৰ সাহস নাই যে ‘মই নিজৰ বাবে কিবা কৰিব বিচাৰো?’

“আপোনাৰ ঘৰৰ মহিলাসকলক উৎসাহিত কৰক আৰু তেওঁলোকক যথেষ্ট সক্ষম কৰি তোলক যাতে তেওঁলোকে নিজৰ যত্ন ল’ব পাৰে,” এইদৰে মন্তব্য কৰে অভিনেত্ৰী সোণালী কুলকাৰ্ণী।

Related Articles