August 30, 2023 গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড। ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ। লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ গৌৰৱ বৃদ্ধি — ১৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ পদক । Independence day 2025 দৈনন্দিন বাৰ্তা - August 14, 2025 কৰ্কট প্ৰতিষ্ঠানৰ মাচুল চৰকাৰে বহন কৰিব, কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ মন্তব্য । Himanta Biswa Sarma দৈনন্দিন বাৰ্তা - August 13, 2025 হেমন্ত দত্তৰ প্ৰয়ানত শোক । HEMANTA DUTTA দৈনন্দিন বাৰ্তা - August 12, 2025