Breaking

চলন্ত ট্ৰেইনত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা কেইজনমান শিক্ষাৰ্থীক উৎসাহ যোগালে এগৰাকী ব্যক্তিয়ে…

0 4,456

ৰাতি Nagaland Express Train ত আহিলো জাগীৰোডৰ পৰা ডিফু লৈকে l সকলোবোৰ যাত্ৰী প্ৰায় শুই আছিল তেতিয়া l পিছে মোৰ কাষৰ berth কেইটাত কেইজনমান অসমীয়া লৰা ৰেলগাড়ীৰ কম পোহৰতো পঢ়ি আছিল l

Oকিবা পৰীক্ষা ৰ প্ৰস্তুতি চলাই আছে, মাজে মাজে নিজৰ মাজতে ইজনে সিজনক প্ৰশ্ন সোধে আৰু পঢ়াত লাগি যায় l সিহঁতৰ চেষ্টা দেখি মনটো কিবা এটা ভাল লাগি গল l অসমীয়া লৰাই কষ্ট নকৰে বুলি থকা বদনাম এদিন যে আতৰিব , সেই বিশ্বাস আৰু অলপ হলেও দৃহ হল l

Leave A Reply