Breaking

চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…

0 45

চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন।

এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।

ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা অহা আন এখন বাহনতো খুন্দিয়াইছিল স্ক’ৰপিঅ’খনে।

Leave A Reply