May 17, 2024 পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন… Share FacebookTwitterWhatsAppTelegramKooEmail পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ লোক। ১০ মে’ত ৪ বন্ধুৰ সৈতে গৈছিল মাইনুল ইছলাম নামৰ লোকজন। ১৩ মে’ত শেষবাৰৰ বাবে মাইনুলৰে যোগাযোগ হৈছিল পত্নীৰ। মাইনুলৰ সন্ধান পালে 70992-41464/60007-03148ত যোগাযোগৰ আহ্বান পৰিয়ালৰ। Author: দৈনন্দিন বাৰ্তা Related Articles অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026 আৰম্ভ হ’ল CM FLIGHT আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিঃ এই আঁচনিৰ অধীনত কোন কোন উপকৃত হ’ব… দৈনন্দিন বাৰ্তা - September 1, 2026 আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি দৈনন্দিন বাৰ্তা - September 1, 2026