August 26, 2023 মণিপুৰত শোৱাপাটীৰ পৰা অপহৰণ কৰি সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা… Share FacebookTwitterWhatsAppTelegramKooEmail মণিপুৰত পুনৰ এজনক গুলীয়াই হত্যা। শোৱাপাটীৰ পৰা অপহৰণ কৰি নি গুলীয়াই হত্যা। বিষ্ণুপুৰ জিলাৰ কুম্বি ২ নং ৱাৰ্ডত এই ঘটনা। খাংগেনবাম সঞ্জয় নামৰ লোকজনক গুলীয়াই হত্যা। ঘটনাৰ আঁৰত বিদ্ৰোহী সংগঠন UNLF জড়িত থকাৰ সন্দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025