February 8, 2024 মহানগৰীৰ গণেশগুৰিত ৭মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। ৭মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। হাহাকাৰ অৱস্থা । অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে উপস্থিত হৈছে । জুই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে অগ্নি নিৰ্বাপক বাহিনীৰ । Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026 মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা দৈনন্দিন বাৰ্তা - January 21, 2026