দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ দূৰ্ঘটনাটো
নিয়ন্ত্ৰণ হেৰুৱা দ খাৱৈত সোমাল নৈশ বাছ।

গুৱাহাটী পৰা শিৱসাগৰৰ অভিমুখে আহি আছিল ব্ৰহ্মপুত্ৰ নামৰ বাছখন।
বাছখনত আছিল ১৫জন যাত্ৰী।
আহত যাত্ৰী সকলক চিকিৎসাৰ বাবে
যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।

ৰঙামাটি টোলগেটৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো।
দূৰ্ঘটনাত পতিত হোৱা বাছ খনৰ নম্বৰ AS01KC5227
দিব্য জ্যোতি কাকতি, ৰঙামাটি