Breaking

ডিমৌ সমীপৰ ৰজাবাৰীত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ

0 2,035

ডিমৌ সমীপৰ ৰজাবাৰীত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ। কথমপি প্ৰাণ ৰক্ষা অৰ্ধ শতাধিক যাত্ৰীৰ। AS05 C 6564 নম্বৰৰ কনকজ্যোতি নামৰ বাছখনত এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে ভস্মীভূত কনকজ্যোতি নামৰ যাত্ৰীবাহী বাছখন। লগতে যাত্রী সকলৰ বহু মূল্যবান সা সামগ্ৰী জুইত জাহ যায়। ডিব্ৰুগড়ৰ পৰা গোলাঘাট অভিমুখী আছিল বাছ খন।

Leave A Reply