April 7, 2024 গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত বনভোজৰ দল… Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত বনভোজৰ দল। আমজোঙাস্থিত দীনদয়াল মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকী, আহত ৬গৰাকী লোক। ৪ গৰাকীৰ অৱস্থা সংকটজনক। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025