আলিয়া ভাটে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে সন্তান জন্ম হোৱাৰ আগত ঘৰুৱা ভাৱে কৰা কিছুমান ৰীতি-নীতিৰ মূহুৰ্তৰ ফটো সমূহ।

ইতিমধ্যে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক অনুৰাগী সকলোকে অভিনন্দনৰে উপচাই পেলাইছে ।

সামাজিক মাধ্যমত তেওঁৰ পৰিয়াল বৰ্গৰ লগত তোলা প্ৰত্যেক খন ফটোৱে শ্বেয়াৰ কৰি লিখিলে যে কেপচন আকাৰে লিখিলে “Just love” বুলি ।

এতিয়া মৰমলগা ফটো সমূহ যথেষ্ট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

