September 6, 2023 সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক… Share FacebookTwitterWhatsAppTelegramKooEmail সোণাৰিৰ লংপতীয়া ৰে’ল ষ্টেচনত অঘটন। তীব্ৰবেগী ৰে’লে মহটিয়ালে এজন ৰে’লৱে শ্ৰমিকক। থিতাতে নিহত নাহৰকটীয়াৰ মৃদু সোণোৱাল। ঠিকাদাৰৰ অধীনত ৰে’লৰ চিৰি বহুওৱা কামত নিয়োজিত আছিল লোকজন Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে দৈনন্দিন বাৰ্তা - March 10, 2026 ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026