Breaking

তেজপুৰৰ বাটামাৰীত এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ মুকলি হিমন্ত হিশ্ব শৰ্মাৰ

0 111

আজি তেজপুৰত উপস্হিত হিমন্ত হিশ্ব শৰ্মা ।

তেজপুৰৰ বাটামাৰীত এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ মুকলি কৰে হিমন্ত হিশ্ব শৰ্মাই ।

বিশ্বমানৰ সা-সুবিধাৰে সজ্জিত সন্মিলন কেন্দ্ৰটো বিভিন্ন সভা-সমিতি, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে চহৰখনৰ সৌন্দৰ্য আৰু বৰ্ণিল ঐতিহ্যৰ ভঁৰাল চহকী কৰিব কয় হিমন্ত হিশ্ব শৰ্মাই ।

হিমন্ত হিশ্ব শৰ্মাৰ সৈতে সতীৰ্থ মন্ত্ৰীসকল, সাংসদ শ্ৰীপল্লৱলোচন দাস, বিধায়কসকল আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply