ইছমাইল হুছেইনক কঠোৰ সকীয়নি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ

ইছমাইল হুছেইনক কঠোৰ সকীয়নি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ৷


প্ৰয়োজনত আইনৰ কাষ চপাৰ সিদ্ধান্ত।


বাৰেচহৰীয়া ভাওনাত নিষিদ্ধ কৰিছিল ইছমাইল হুছেইনক।


সমিতিৰ অনুমতি নোহোৱাকৈ ১৪ নম্বৰ খলাত ভাওনাৰ পোচাক পিন্ধি, মেকআপ লগাই বাৰেচহৰীয়া ভাওনাত ভাও দিবলৈ আহিছিল ইছমাইল হুছেইনে।

Related Articles