Breaking

কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে…

0 88

কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে।

প্ৰায় দুমাহ ধৰি মানসিক চাপত ভুগি আছিল ছাত্ৰীগৰাকী।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীয়ে লিখা এটা নোট।

বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে।

আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Leave A Reply