ভয়ংকৰ ভূমিকম্প ! ২৯৬জন লোকৰ মৃত্যু…

ভয়ংকৰ ভূমিকম্প ! ৬.৮ ৰিখটাৰ স্কেলৰ ভূঁইকঁপ মৰক্কত, ২৯৬জন লোকৰ মৃত্যু।

খহি পৰিল শ শ অট্টালিকা, পুৱাই প্ৰচণ্ড ভূমিকম্পত বিধ্বস্ত হৈ পৰিল মৰক্ক।

মাৰাকেছৰ পৰা ৪৪ মাইল (৭১ কিলোমিটাৰ) দক্ষিণ-পশ্চিমে ১৮.৫ কিলোমিটাৰ গভীৰতাত নিশা ১১:১১ বজাত (২২১১ জিএমটি) সৃষ্টি হয় ভয়ংকৰ ভূমিকম্প।

Related Articles