এজোপা গছ মোৰ মাৰ নামতঃ ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এজুপি গছ মাৰ নামত কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

এজোপা গছ মোৰ মাৰ নামতঃ ৰাজ্যৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ উদ্দেশ্যে এজুপি গছ মাৰ নামত কাৰ্যসূচী শুভাৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা আৰম্ভ কৰা এক পেড় মা কে নাম আন্দোলনৰ লগত সংগতি ৰাখি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছে।

১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৰাজ্য চৰকাৰে ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে। অসম সচিবালয় চৌহদত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰোপণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ।

Related Articles