Breaking

ডিব্ৰুগড় জামিৰা টাণ্টিয়া হাইস্কুলৰ খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস…

0 22

ডিব্ৰুগড় জামিৰা টাণ্টিয়া হাইস্কুলৰ খেল পথাৰত দুদিনীয়া কাৰ্যসুচীৰে স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস। এই দিৱস আয়োজন কৰে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু সদৌ অসম মটক যুৱ ছাএ আৰু মটক মহিলা পৰিসদৰ লগতে স্থানীয় ৰাইজৰ সহযোগত।

২২১ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আয়োজনৰ উদ্যোক্তা আছিল অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ লগতে মটক জনগোষ্ঠীয় স্থানীয় ৰাইজ। পুৱা ভাগতে পতাকা উওোলন,স্মৃতি অৰ্পনৰ লগতে বিভিণ্ণ ধৰনৰ প্ৰতিযোগিতা আয়োজন কৰে।এই কাৰ্যসুচীত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু উপস্থিত থাকে।এই কাৰ্যসূচীতে মটক জনগোষ্ঠীক জনজাতি কৰণ কৰাৰ লগতে সকলো চৰকাৰী সা-সুৱিধা প্ৰদান কৰিবলৈ চৰকাৰক আহব্বান জনাই।

Leave A Reply