Breaking

এগৰাকী দুৰ্ভগীয়া মাতৃৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ

0 2,073

এজন ৩৫ বছৰীয়া যুৱক। নাম চন্দন গগৈ ৷ এক যটিল ৰোগত আক্ৰান্ত চন্দন ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল চন্দন ৷ এতিয়া এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিবলগীয়া হৈছে চন্দন আৰু চন্দনৰ মাতৃয়ে। কিয়নো উপাৰ্জনকাৰী বৰ্তমান শয্যাগত ৷এক জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি বিচনাতেই দিন কটাইছে চন্দনে৷ দুৰ্ভগীয়া মাতৃৰ চকুলোৰে বাট নেদেখা অৱস্থা ।মাতৃৰ অনুৰোধ অসমবাসীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল’ৰাজনক অলপ সহায় কৰক৷

গাঁওখনৰ এজন সাংস্কৃতিকবান যুৱক চন্দন জড়িত আছিল বিভিন্ন সামাজিক কাম-কাজত ৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সীমান্তবৰ্তী আঞ্চলিকৰ অধিনায়ক হিচাপে আছিল চন্দন গগৈ ৷বৰ্তমান চন্দনক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন অসমবাসীৰ সহায়ৰ ৷কোনো হৃদয়বান লোকে চন্দনক সহায় কৰিবলৈ বিচাৰিলে তলত উল্লেখিত বেংক একাউন্টত আৰ্থিকভাৱে সহায় কৰিব পাৰিব ৷

customer Name.. LAKHIMAI GOGOI
Account No. . 38140295242
IFSC. . SBIN0004573
যোগাযোগৰ নম্বৰঃ 6901322884

Leave A Reply