Breaking

টিফুক চাহ বাগিচাৰ এজন যুৱক কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈ সন্ধানহীন…

0 22

কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈ সন্ধানহীন আমগুৰিৰ এজন যুৱক।

বিগত এসপ্তাহ ধৰি সন্ধান নাই টিফুক চাহ বাগিচাৰ লক্ষীনাথ ভূমিজৰ। ৪ বন্ধুৰ সৈতে কোম্পানীত কাম কৰিবলৈ বাংগালুৰুলৈ গৈছিল যুৱকজন।

ঘটনা সন্দৰ্ভত হালোৱাটিং আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ।

Leave A Reply