Breaking

৮৫৫ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আপৰ ৰাষ্ট্ৰীয় নেত্ৰী আতিশীৰ…

0 16

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই।

ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে জাতি মাটিৰ হকে প্ৰাণ আহুতি দিয়া অসমৰ শ্বহীদক স্মৰণ কৰে তেওঁ। লগত উত্তৰ পূবৰ তত্ত্বাবধায়ক ৰাজেশ শৰ্মা, ডিব্ৰুগড় লোকসভাৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ লগতে কৰ্মকৰ্তা সকলে অংশ লয় এই কাৰ্যসূচীত। শ্বহীদক শ্ৰদ্ধা জ্ঞাপন কৰি অসমৰ হকে সেৱা কৰাৰ সংকল্প গ্ৰহণ কৰে আপৰ নেত্ৰীগৰাকীয়ে।

Leave A Reply