Aarian Zeeshan Ahmed: NASAত জিলিকিল অসম সন্তান আৰয়ান জিছান আহমেদ

ৰঙিয়াৰ আৰয়ান জিচানৰ কৃতিত্ব। (Aarian Zeeshan Ahmed) ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদলৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASAৰ বিৰল স্বীকৃতি ৷

International Astronomical Seach Collaboration(IASC)ৰ অধীনত আৰিয়ানে চলোৱা গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণালৈ আমেৰিকাৰ মহাকাশ অনুসন্ধান সংস্থা NASA ৰ এই স্বীকৃতি৷

দুটাকৈ নতুন গ্ৰহাণুৰ(Asteroid) আৱিস্কাৰ। সদ্যহতে IASC য়ে গ্ৰহাণু দুটাৰ নামাকৰণ কৰিছে 2024 VE8 আৰু 2024 VC23 বুলি।

আৰিয়ান জিছান আহমেদ ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়ৰ (USTM)ৰ বি টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষান্মাষিকৰ ছাত্ৰ।

Related Articles