Breaking

লাহোৱালত মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত অনশন আছুৰ

0 132

লাহোৱালত মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ১০ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন আছুৰ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ১০ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে লাহোৱাল আঞ্চলিক সমিতিয়ে।

আজি লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাই।

শিক্ষামন্ত্ৰী ৰনোজ পেগু হায় হায়, ৰনোজ পেগু হুচিয়াৰ, ভাতৃভাষা বিৰোধী সিদ্ধান্ত মানি লোৱা ন°হব, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি লাহোৱালৰ আকাশ বতাহ কপাই তোলে।

কাৰ্যসূচীত লাহোৱাল আঞ্চলিক সমিতিৰ বিষয়ব্বীয়াৰ লগতে ডিব্ৰুগড় জিলা বিত্ত সম্পাদক বিদ্যুৎ সাগৰ দত্ত উপস্থিত থাকে।

Leave A Reply