Breaking

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো প্ৰশ্ন কাকত ফাদিলক লৈ আছুৰ প্ৰতিবাদী কাৰ্যসূচী

0 76

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা দাহ সদৌ অসম ছাত্ৰ সন্থাৰ।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ এই প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ।ছেবাৰ কৰ্মদক্ষতা-বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আজি নাজিৰাত আছুৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হোৱা ছেবা আৰু শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনটোৱে।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply