August 29, 2024 আছুৰ ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ… Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ ডিব্ৰুগড় জিলা সভাপতিৰ পদত্যাগ। ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ। ব্যক্তিগত কাৰণত পদত্যাগ ছাত্ৰনেতাজনৰ। ২০২০ত ডিব্ৰুগড় জিলা আছুৰ সাধাৰণ সম্পাদক আছিল গগৈ। ২০২৪ত লাভ কৰিছিল ডিব্ৰুগড় জিলা আছুৰ সভাপতিৰ দায়িত্ব। Author: দৈনন্দিন বাৰ্তা Related Articles Happy new year: নতুন চিন্তা, নতুন উত্তৰণ—লক্ষ্য আমাৰ গুৱাহাটী উন্নয়ন : মেয়ৰ মৃগেন শৰণীয়া দৈনন্দিন বাৰ্তা - January 1, 2026 ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড… দৈনন্দিন বাৰ্তা - December 31, 2025 Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক দৈনন্দিন বাৰ্তা - December 30, 2025