December 24, 2023 আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে’ স্মাৰক বঁটা ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ প্ৰদান… Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা-২০২৩’ ঘোষণা। ব্ৰহ্ম লোক সংস্কৃতিৰ সাধক ৰহেন্দ্ৰ নাথ ব্ৰহ্মলৈ এই বঁটা। ২৭ ডিচেম্বৰত চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত আছুৱে প্ৰদান কৰিব বঁটা। Author: দৈনন্দিন বাৰ্তা Related Articles ১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং দৈনন্দিন বাৰ্তা - March 13, 2026 মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা দৈনন্দিন বাৰ্তা - March 11, 2026 যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi দৈনন্দিন বাৰ্তা - March 11, 2026