December 18, 2023 কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী… Share FacebookTwitterWhatsAppTelegramKooEmail কাছাৰৰ সোনাইত আৰক্ষীৰ জালত অপহৰণকাৰী। মেঘালয়ৰ বৰ্ণিহাটৰ পৰা জমিল আহমদক গ্ৰেপ্তাৰ। জমিলৰ বিৰুদ্ধে নাৱালিকাক অপহৰণৰ অভিযোগ। দেওবাৰে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা উদ্ধাৰ কৰে অপহৃতাক। ধৃত জমিলৰ ঘৰ হোজাইৰ ফৰমাপাৰ গাঁৱত। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026