ৰাজ্য কঁপোৱা অভি-নীল কাণ্ডৰ শুনানি প্ৰক্ৰিয়া সম্পন্ন।
দুয়োপক্ষৰ অধিবক্তা উপস্থিত আছিল অন্তিম শুনানিত।
৬ এপ্রিলত হ’ব গোচৰৰ ৰায়দান।
দোষীয়ে কঠোৰ শাস্তি পাব বুলি আশাবাদী অভি-নীলৰ পিতৃ।
এই ঘটনাত অভিযুক্তৰ বিৰুদ্ধে প্রমাণ নাই বুলি মন্তব্য অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াৰ।

