ৰাজ্যত বানৰ তাণ্ডৱ, ছিপাঝাৰৰ প্ৰায় ১৫ খন গাঁও বানৰ কবলত

ৰাজ্যত বানৰ তাণ্ডৱ।প্ৰকৃতিয়ে যেন ৰুষ্ট ৰুপ ধাৰণ কৰিছে।দৰঙৰ সাকতোলা নদীৰ মথাউৰি পূৱ দিশৰ অংশ চিগিল।ছিপাঝাৰৰ প্ৰায় ১৫ খন গাওঁ বানৰ কবলত।মূৰেকপালে হাত দিছে কৃষকে।আনহাতে কেইবাঘৰো কৃষকৰ ভড়াল ঘৰ ডুব যোৱা ৰ লগতে কৃষিভূমি বিস্তৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে।

মানুহৰ লগতে পশুধনৰ খাদ্যও অভাৱে দেখা দিছে।

Related Articles