October 3, 2023 শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা। কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ। দুৰ্ঘটনাত আহত মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী। দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। অৱশ্যে দুৰ্ঘটনাত আঘাত পোৱা নাই সাংসদগৰাকীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন দৈনন্দিন বাৰ্তা - March 18, 2026 Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক দৈনন্দিন বাৰ্তা - March 18, 2026 Pradyut Bordoloi: আজি গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়েঃ মঙলবাৰে কংগ্ৰেছ দল ত্যাগ কৰে সাংসদগৰাকীয়ে দৈনন্দিন বাৰ্তা - March 18, 2026