July 21, 2024 উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা, পাহাৰৰ পৰা পথৰ ওপৰত খহি পৰিল শিল… Share FacebookTwitterWhatsAppTelegramKooEmail উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা। পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু। ঘটনাত আহত হৈছে ২ জন লোক। যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ। Author: দৈনন্দিন বাৰ্তা Related Articles Imran Khan: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক ১৭ বছৰৰ কাৰাদণ্ড দৈনন্দিন বাৰ্তা - December 20, 2025 CM Nitish Kumar: মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হিজাব খোলা নুছৰতে যোগদান কৰিব চাকৰিত দৈনন্দিন বাৰ্তা - December 20, 2025 কংগ্ৰেছ বিজেপিৰ ‘এ-প্লাছ দল’: মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ প্ৰমাণ আছে বুলি বিস্ফোৰক অভিযোগ আজমলৰ । দৈনন্দিন বাৰ্তা - December 18, 2025