চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।(Accident)
দুখনকৈ বাইকৰ মাজত মুখামুখী সংঘৰ্ষ, ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী বাইক আৰোহী।
চাপৰৰ টিলাপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে।
আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ চাপৰ হস্পিতালত লৈ প্ৰেৰণ কৰে।
আঘাতপ্ৰাপ্ত লোক দুজন বিলাসীপাৰাৰ কাঠালদি ৩য় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে।
আঘাতপ্ৰাপ্ত লোক দুজন ক্ৰমে ইমান উদ্দিন মণ্ডল আৰু নুৰুল ইছলাম।
ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ খনৰ নম্বৰ AS-17P7150 আৰু আন এখন বাইকৰ নম্বৰ As-16F75 বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত চাপৰ ছালকোছা আৰক্ষী উপস্তিত হৈ দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখন ছথানা লৈ লৈ যায়।

