পশুপালন বিভাগৰ ২০০ ক্ষেত্র-সহায়ক পদৰ প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষণ ACE Instituteৰ

পশুপালন বিভাগৰ ২০০ ক্ষেত্র-সহায়ক (ACE Institute) পদৰ প্ৰাৰ্থী বাছনিৰ সাক্ষাৎকাৰৰ বাবে বিভাগীয় প্রাক্তন বিষয়াৰ দ্বাৰা প্ৰশিক্ষণৰ কাৰ্যসূচী।

পশুপালন বিভাগৰ ক্ষেত্ৰ-সহায়কৰ পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে এইচ ইন্সটিটিউটে এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰিছে। গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হ’বলগীয়া এই সাতদিনীয়া প্ৰশিক্ষণৰ আসনৰ সংখ্যা সীমিত।

শিক্ষাগত অর্হতা হ’ব লাগিব ন্যূনতম উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত উত্তীর্ণ হ’ব লাগিব। বয়স ১৮ৰ পৰা ৩০ বছৰ হ’ব লাগিব। দূৰণিৰ প্ৰাৰ্থীসকলৰ বাবে হোষ্টেলৰ ব্যৱস্থা আছে। নামভৰ্তিৰ অন্তিম তাৰিখ হৈছে ০৩-০৮-২০২৫। আনহাতে আসন সংৰক্ষণৰ বাবে আজিয়ে যোগাযোগ কৰক – 99547-11442, 88221-92050, 87618-97127 নম্বৰত।

Related Articles