বহিঃৰাজ্যত অসমীয়া ছাত্ৰৰ কৃতিত্ব ! কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল প্ৰথম গগৈৰ…
বহিঃৰাজ্যত অসমীয়া ছাত্ৰৰ কৃতিত্ব
কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল অসমীয়া ছাত্ৰৰ।

অসম সন্তান প্ৰথম গগৈয়ে এইবাৰ মেডিকেল প্ৰৱেশ-পৰীক্ষাত (NEET) মুঠ ৬৮২ নম্বৰ পাই (৭২০ৰ পৰা) কেন্দ্ৰীয় শাসিত পণ্ডিচ্চেৰী ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
প্ৰথম গগৈয়ে ১১.৪৬ লাখৰ ভিতৰত All India Rank ত ১৩৬৬ নম্বৰ স্থান লাভ কৰিছে।
আন্তৰিকতাৰে অভিনন্দন ।