Breaking

অভিনেতা জয়ন্ত দাসৰ অৱস্থা সংকটজনক ! প্ৰয়োজন হৈছে তেজৰ…

0 104

অভিনেতা জয়ন্ত দাসৰ অৱস্থা সংকটজনক

প্ৰয়োজন হৈছে তেজৰ

ইচ্ছুক ব্যক্তিয়ে 98640 56264 নম্বৰত যোগাযোগ কৰি কৰিব পাৰিব ৰক্তদান

সংকটজনক অৱস্থাত এপ’ল’ত চিকিৎসাধীন বিশিষ্ট অভিনেতা জয়ন্ত দাস।

অভিনেতাজনক প্ৰয়োজন বহু পৰিমাণৰ তেজৰ। হাতজোৰ কৰি পত্নীয়ে ৰাইজৰ পৰা বিচাৰিলে সহায়।

Leave A Reply