Breaking

বৰহেৰামদো সত্ৰৰ অতিথিশালা গৃহৰ আধাৰশিলা স্থাপন

0 21

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপন কৰা বৰহেৰামদো সত্ৰৰ অতিথিশালা গৃহৰ আধাৰশিলা স্থাপন । ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ বৰুৱাই আধাৰশিলা স্থাপন কৰে। লগতে অনুষ্ঠানটোৰ আঁতধৰে সম্পাদক মুকুল মহন্তই। উক্ত অনুষ্ঠানত সত্ৰখনৰ সত্ৰাধিকাৰদ্বয়ৰ লগতে পৰিচালনা সমিতিৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াৰ উপৰিও ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে, ১৫৬৩ চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ঐতিহ্যমণ্ডিত বৰহেৰামদো সত্ৰখন স্থাপন কৰি ছমাহ কাল আছিল।

Leave A Reply