ADRE 2.0 Results: আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব ADREৰ ফলাফল। (ADRE 2.0 Results) ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল পুৱা ১০.৩০ বজাত। নির্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফলসমূহ । অৱশ্যে প্রথম পৰ্যায়ত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ ফলাফল ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬০০টা পদ ইয়াৰে ৪ হাজাৰ ৫৫ টা পদ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত HS উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আছে, ৩ হাজাৰ ১২৭টা পদ বিভিন্ন বিভাগৰ চালকৰ বাবে আছে ৪১৮টা পদ।

আনহাতে আজি ঘোষণা হ’ব অসম আৰক্ষীৰ ৬২৫টা পদৰ ফলাফল ১১ অক্টোবৰত প্ৰকাশ পাব ৫ হাজাৰ ৬১৪টা পদৰ ফলাফল সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্রীয়ে।

চতুৰ্থ বৰ্গৰ ২৫৮টা পদৰ ঘোষণা হ’ব। ফলাফল কমাণ্ডো বেটেলিয়নৰ ৫১টা SI পদৰো ঘোষণা হ’ব। ফলাফল ঘোষণা হ’বলগীয়া পদসমূ-হ গৃহৰক্ষী বাহিনীৰ সহ-উপ নিয়ন্ত্ৰক পদসমূহত আছে ৰান্ধনিৰ ২৬টা, নাপিতৰ ১২টা, পানীভাৰীৰ ৩টা ধোবিত ১১টা, চাফাই কৰ্মচাৰী, ইলেক্ট্রিচিয়ান, প্লাম্বাৰৰ পদ ১৫ অক্টোবৰত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ ৫ হাজাৰ ৮৯০টা পদৰ ফলাফল ইয়াৰে ১৯৫০টা পদ অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে সংৰক্ষিত। HS উত্তীৰ্ণৰ বাবে সংৰক্ষিত আছে ১০৬০টা পদ ITIসহ HSLC উত্তীর্ণ প্রার্থীৰ বাবে আছে ১৯৫০টা পদ।

অসম আৰক্ষীৰ পৰীক্ষাসমূহৰ ফলাফলো ঘোষণা হ’ব। ৬২৫টা পদৰ ফলাফল পুৱা ১১.৩০ বজাত নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফল www.slprbassam.inত উপলব্ধ হ’ব ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল। ঘোষণা হ’ব উপ-পৰিদৰ্শকৰ ২০৩টা পদৰ ফলাফল কমাণ্ডো বেটেলিয়নৰ ১৬৪টা কনিষ্টবল পদৰ ঘোষণা হ’ব ফলাফল।

Related Articles