আজি অসম চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।(ADRE)
২ লাখ নিযুক্তিৰ লক্ষ্য সম্পন্নৰ দিশে ৰাজ্য চৰকাৰ।
বিভিন্ন বিভাগৰ অধীনত চতুৰ্থবৰ্গৰ পদত নিযুক্তি।
গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
আজি প্ৰদান কৰিব ADREৰ ৪ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ ৪,৩৭৪ৰো অধিক চাকৰি প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি পত্ৰ।

