Advantage Assam 2.O: আজিৰে পৰা আৰম্ভ এডভান্টেজ আছাম ২.০ সন্মিলন

আজিৰে পৰা খানাপাৰাত দুদিনীয়াকৈ আৰম্ভ এডভান্টেজ আছাম ২.০ সন্মিলন।(Advantage Assam 2.O)

পুৱা ১০.৩০ বজাত সম্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গামোচা আৰু ছেমিকণ্ডাক্টৰ চিপেৰে নির্মিত এটি গঁড়ৰ প্রতীকেৰে আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।

সম্পন্ন হ’ব ১ লাখ ২২ হাজাৰ কোটি টকাৰ MoU।

দেশী-বিদেশী প্ৰখ্যাত উদ্যোগপতিৰ অংশগ্ৰহণ।

৬১খন দেশৰ ৰাষ্ট্ৰদূতৰ আৰু ৯ জন কেন্দ্ৰীয় মন্ত্ৰীৰ অংশগ্ৰহণ।

Related Articles