Advantage Assam 2.O: এডভান্টেজ আছাম 2.O, ৫ বছৰত অসমত ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব টাটা গ্রুপে

এডভান্টেজ আছাম 2.O সন্মিলন।(Advantage Assam 2.O)

টাটা গ্রুপে বিনিয়োগ কৰিব অসমত।

অসমত টাটাই ৫৫ হাজাৰ লোকক নিযুক্তি দিছে।

ছেমি কণ্ডাক্টৰৰ জৰিয়তে ২৪ত অসমৰ সৈতে বিশেষ সম্পর্ক গঢ় লৈছে।

অসমৰ সৈতে টাটাৰ সম্পৰ্কৰ এয়া আৰম্ভণিহে PLUS।

ভৱিষ্যতত এই সম্পৰ্ক আৰু গাঢ়-মধুৰ হ’ব, বিনিয়োগ বাঢ়িব।

এটা দিন আহিব যিদিনা নিত্য ব্যৱহাৰ্য সামগ্রী জাগীৰোডৰ পৰা নিয়ন্ত্রণ হ’ব।

মোবাইল, টিভি, এক্সৰে ইত্যাদি জাগীৰোডৰ পৰা নিয়ন্ত্ৰণ হ’বষ

টাটাই ইলেক্ট্রনিক আৰু মোবাইল নির্মান কোম্পানী স্থাপন কৰিব অসমত।

৫ বছৰত অসমত ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব টাটা গ্রুপে ।

ৰিনিউৱেবল এনার্জীৰ বাবে অসমত বিনিয়োগ কৰিব টাটা গ্রুপে।

Related Articles