প্ৰায় ৯ মাহ প্ৰস্তুতিৰ অন্তত আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল G20 শিখৰ সন্মিলন…

প্ৰায় ৯ মাহ প্ৰস্তুতিৰ অন্তত আজিৰে পৰা দিল্লীত আৰম্ভ হ’ল G20 শিখৰ সন্মিলন।

৪০খন দেশৰ ৰাষ্ট্ৰপ্ৰধান আৰু জনপ্ৰতিনিধিয়ে অংশ ল’বলগীয়া এই সন্মিলনৰ জৰিয়তে ভাৰতে বিশ্বত নিজৰ শক্তিশালী স্থিতি পুনৰবাৰ প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিব।

G20 শিখৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপ্ৰধান আৰু জনপ্ৰতিনিধিসকলক আদৰণি জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

Related Articles