Breaking

চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান…

0 85

চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান । সাৰৰ দোকানে দোকানে চলিল এই অভিযান । অভিযানত সাৰৰ দোকানীলৈ কঠোৰ সকিয়নী নিৰ্ধাৰিত মূল্যতকৈ বেছি ললে বাতিল হব দোকানৰ অনুজ্ঞাপত্ৰ ।

ধুবুৰী জিলাৰ চাপৰত চক্ৰ বিষয়াৰ নেতৃত্বত কৃষি বিষয়াৰ আকষ্মিক অভিযান চলা পৰিলক্ষিত হয় । উল্লেখ্য যে ৰাজ্যত বৰ্ধিত মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ীয়ে সাৰৰ নিৰ্ধাৰিত মূল্যতকৈ হতাশাগ্রস্ত কৃষকৰ পৰা অধিক মূল্য লোৱা বিষয়টোৰ ওপৰত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো । আজি আমাৰ উক্ত বাতৰিৰ প্ৰভাৱত চাপৰৰ দোকানে দোকানে বিভাগীয় কৰ্তৃপক্ষই কঠোৰ সকিয়নী প্ৰদান কৰা দেখা গল ।

Leave A Reply